Arfan Ali তাউছ
ইয়ামানীৰ পৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:
আল্লাহতায়ালাই কিয়ামতৰ নিকটবর্তী সময়ত মোক তলোৱাৰ দি প্রেৰণ কৰিছে আৰু মোৰ
ৰিযিক মোৰ বর্শাৰ ছায়াতলত ৰাখিছে। মোৰ পথ পৰিত্যাগকাৰীৰ বাবে লাঞ্ছনা আৰু
অপমান ৰাখিছে আৰু যিয়ে যি জাতিৰ লগত সামঞ্জস্য ৰাখিব সি তেওঁলোকৰেই
অন্তর্ভূক্ত বুলি বিবেচিত হব। (ইবনু ওমৰ পৰা ইমাম আহমদ ৰ: য়ে বৰ্ণনা
কৰিছে)।
No comments:
Post a Comment